Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান

Dhubri Part, Dhubri | Aug 11, 2025
দীৰ্ঘদিনৰ পৰা এই অবৈধ ব্যৱসায়ৰ লগত জড়িত শুকুৰ আলী। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুন্মুখৰ পৰা চলাইছিল নিচাজাতীয় দ্ৰব্যৰ বেহা। স্থানীয় ৰাইজে ক্ষুব্ধ হৈ আৰক্ষীক সহায় কৰে বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us