Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ইউ পি পি এল দলীয় টিকট লাভ কৰাৰ পাছতে পৰ্বতঝোৰাত আদৰণি প্ৰসেন কুমাৰ ব্ৰহ্মক

Dhubri Part, Dhubri | Aug 31, 2025
আসন্ন বি,টি,চি পৰিষদীয় নিৰ্বাচনৰ দিন বাৰ চমু চাপি ছেপ্তম্বৰ মাহৰ ২২ তাৰিখে ভোট গ্ৰহণৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়াৰ ভাগত ইউ পি পি এল দলৰ প্ৰথম বাৰৰ বাবে প্ৰসেন কুমাৰ ব্ৰহ্মই প্ৰাৰ্থীত্ব লাভ কৰাত ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ নেতা কৰ্মীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা হোৱা পৰিলক্ষিত হয়।
Read More News
T & CPrivacy PolicyContact Us