This browser does not support the video element.
বালিজানা: চহৰৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তালিকা দাহ ছাত্ৰ মুক্তিৰ
Balijana, Goalpara | Sep 4, 2025
চহৰৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তালিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি চহৰৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তালিকা দাহ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰ্তাসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।