This browser does not support the video element.
তামুলপুৰ: মঙলবাৰে নিশা দৰঙাজুলিত বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এখনি দলীয় সভা
Tamulpur, Baksa | Sep 2, 2025
মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত দৰঙাজুলিত বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত অনুষ্ঠিত হয় এখনি দলীয় সভা।মঙলবাৰে নিশা দৰঙাজুলিত উপস্থিত বিধায়ক জলেন দৈমাৰী, বিধায়ক গৰাকী উপস্থিত হৈ ৰাইজৰ স’তে মত-বিনিময় কৰি তেখেতসকলৰ সমস্যাৰ বুজ লৈ ৰাইজৰ সমস্যা সমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে । বিধায়ক গৰাকীৰ উপস্থিতিত দলীয় নেতা কৰ্মী সকলে সংগ প্ৰদান কৰে ।উল্লেখ্য যে 𝐁𝐓𝐑ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দিনে নিশাই ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন দলৰ নেতা কৰ্মী সকলে ৰ