Download Now Banner

This browser does not support the video element.

নগাঁও: ধিঙৰ ডুমডুমীয়াত কাইলৈ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান, মঙলবাৰে পুৱাৰে পৰা টালি টোপোলা লৈ ঢাপলি মেলিছে বেদখলকাৰী

Nagaon, Nagaon | Aug 26, 2025
মধ্য অসমৰ ধিঙৰ ডুমডুমীয়াত কাইলৈ চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান,মঙলবাৰে পুৱা প্রায় ১০ মান বজাৰ পৰা তালি টোপোলা লৈ ঢাপলি মেলিছে বেদখলকাৰী। জিলা খনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙণি মৌজাৰ চৰকাৰী ভূমিত থকা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ।ইতিমধ্যে নগাওঁ জিলা প্ৰশাসনৰ বৃহৎ আৰক্ষীৰ দলে উচ্ছেদ হবলগীয়া স্থলীত কৰিছে ফ্লেগমাৰ্চ।যাৰ ব
Read More News
T & CPrivacy PolicyContact Us