Download Now Banner

This browser does not support the video element.

মৰিগাঁও: আমি বিজেপিৰ সৈতে যুঁজ কৰিবলৈ সাজু আছোঁ, মৰিগাঁৱত এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

Marigaon, Morigaon | Aug 26, 2025
অজিৎ কুমাৰ ভূঞাৰ সন্মিলিত মৰ্চাৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱদ্ৰত শইকীয়াই মন্তব্য কৰি কয় যে তেওঁলোকে স্থিতি স্পষ্ট কৰক আগতে, আমি বিজেপিৰ সৈতে যুঁজ কৰিবলৈ সাজু আছোঁ। আমাৰ সৈন্য আছে আমি প্ৰশিক্ষণ দি আছোঁ, আমাৰ সেনাবাহিনী আছে, আমি কি স্পষ্ট কৰিম। তেখেতসকলে হে স্পষ্ট কৰিব লাগিব তেখেত সকলে কত কিমান সেনা গোটেই দিব পাৰে। গতিকে তেওঁলোকে স্পষ্ট কৰক কিমান যুদ্ধ কৰিব, কেনেকৈ যুদ্ধ কৰিব। আমি কংগ্ৰেছে কিমান সভা পতিছো দেখিছে, বাকী দল বিলাকে ইমান পাতা নাই।
Read More News
T & CPrivacy PolicyContact Us