Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈস্থিত জিলা পুথিভঁৰালত সপ্তম বিত্তীয় আয়োগৰ সভা, উপস্থিত সপ্তম বিত্তীয় আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতা

Mangaldoi Part, Darrang | Aug 12, 2025
দৰং জিলা পুথিভঁৰাত মঙ্গলবাৰে আবেলি 4 মান বজাৰ অনুষ্ঠিত হয় সপ্তম বিত্তীয় আয়োগৰ সভা। সপ্তম বিত্তীয় আয়োগৰ‌ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দৰং জিলাৰ বিভিন্ন আচনিৰ ওপৰত আলোচনা হয়। সভাত উপস্থিত থাকে সপ্তম বিত্তীয় আয়োগৰ বিষয় ববীয়া লগতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস,দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা,মঙলদৈ খাৰুপেতীয়া, ছিপাঝাৰৰ পৌৰসভাৰ পৌৰপতি লগতে খণ্ড আয়ুক্ত
Read More News
T & CPrivacy PolicyContact Us