This browser does not support the video element.
ডুমডুমা: ডুমডুমাত বীৰ লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে পুণৰ অভিযোগ ব্যৱসায়িৰ
Doom Dooma, Tinsukia | Sep 4, 2025
ডুমডুমাৰ বীৰ লাচিত সেনাৰ নেতা অভিশেষ বৰাৰ বিৰুদ্ধে আন এক গুৰুত্বৰ অভিযোগ উত্থাপিত হোৱা পৰিলক্ষিত হৈছে। নেতা গৰাকীৰ বিৰুদ্ধে অভিযোগ ওঠা মতে মিছা অভিযোগেৰে এগৰাকী ব্যৱসায়িক হাৰাশাস্তি কৰাৰ অপচেষ্ঠা কৰিছে। এই সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত গোদাম গৃহৰ স্বতাধিকাৰ চাবীৰ খান আৰু স্থানীয় লোকে নেতা গৰাকীৰ এনে অভিযোগ মিছা, মনে সজা আৰু ভিত্তিহীন বুলি অভিহিত কৰে ।