Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: চিৰাং দূৱাৰ পৰিষদীয় সমষ্টিৰ ডঃ ছাংগ্ৰাং ব্ৰহ্মৰ মনোনয়ন বাতিল, কাজলগাঁৱত জনালে চিৰাং জিলা আয়ুক্ত যতিন বৰাই

India | Sep 4, 2025
চিৰাং জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই সংবাদ মেলত জনায় ১৪ নং চিৰাং দূৱাৰ পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ছাংগ্ৰাং ব্ৰহ্মই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰিয়ান,চাকৰিৰ পৰা অব্যাহতি নোলোৱাকৈয়ে নিৰ্বাচনত প্ৰতিদন্দিতা কৰিছিল,মনোনয়ণ দাখিল কৰোতে শপতনামাত নিজকে সমাজকৰ্মী বুলি উল্লেখ কৰিছে,চাকৰীৰ তথ্য লুকুৱাই মনোনয়ণ দাখিল কৰিছিল বুলি জনায় জিলা নিৰ্বাচনী বিষয়া জনে।
Read More News
T & CPrivacy PolicyContact Us