Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চহৰত জিলা ভিক্তিত কাৰাটে চেম্পিয়নশ্বিপ ২০২৫ " অনুষ্ঠিত

Dhubri Part, Dhubri | Sep 7, 2025
ধুবুৰী জিলা কাৰাটে সন্থাৰ উদ্যোগত ধুবুৰী আৰক্ষী ছাউনিৰ সভাকক্ষত আয়োজিত চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত জিলাখনৰ কেইবাটাও ক্লাবৰ পৰা অহা ৯৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ গ্ৰহণ কৰে। এই প্ৰতিযোগিতা চাৰিটা শ্ৰেণীৰ মাজত অনুষ্ঠিত হয় ৷ জিলা ভিক্তিত অনুষ্ঠিত হোৱা আজিৰ এই গুৰুত্বপূৰ্ণ চেম্পিয়নশ্বিপত যিসকলে খেলুৱৈ সকল বিজয়ী হব পৰবৰ্তী সময়ত বঙাইগাঁওত অনুষ্ঠিত হোৱা যোনাল
Read More News
T & CPrivacy PolicyContact Us