Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: নিশা পাণবাৰী অঞ্চলত ৮টাকৈ ঘৰ ভাঙে বনৰীয়া হাতীয়ে, পানবাৰীত ভুক্তভোগীয়ে জনালে সংবাদ মাধ্যমক

Bijni Part, Chirang | Aug 11, 2025
বিজনীৰ পাণবাৰী অঞ্চলত ৮ টাকৈ ঘৰ ভাঙে বনৰীয়া হাতীয়ে ,বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰিয়াল কেইটাৰ ,মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চিৰাং জিলাৰ‌ বিজনী মহকুমাৰ পানবাৰী অঞ্চলৰ ৪ নং দৈলংঝাৰ আৰু ৩ নং দৈলংঝাৰত যোৱা নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়।
Read More News
T & CPrivacy PolicyContact Us