Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: পুলিবৰত এখন টেংকাৰৰ পৰা অহৰহ ধোঁৱা ওলাই , আৰক্ষী , অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সকলো

Jorhat West, Jorhat | Sep 7, 2025
পুলিবৰত এখন টেংকাৰৰ পৰা অহৰহ ধোঁৱা ওলাই । আৰক্ষী , অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সকলো । যোৰহাটৰ পুলিবৰত এক ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা । এখন টেংকাৰৰ পৰা হঠাৎ অহৰহ নিৰ্গত হয় ক'লা ধোঁৱা । মূহুৰ্ততে হুৱাদুৱা লাগে অঞ্চল টোত । খবৰ দিয়ে আৰক্ষী , অগ্নিনিৰ্বাপক বাহিনীক ।
Read More News
T & CPrivacy PolicyContact Us