This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: হাকলা বজাৰত বিপিএফয যোগদান সভা অনুষ্ঠিত অৰ্ধ শতাধিক লোকৰ বিপিএফ দলত যোগদান
India | Aug 27, 2025
আজি চিৰাং জিলাৰ নিসিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাকলা বজাৰত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় আজিৰ এই যোগদান সভাত অৰ্ধ শতাধিক লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত চিৰাং জিলা বিপিএফৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকি নতুনকৈ বিপিএফ দলত যোগদান কৰা লোক সকলক বিপিএফ দললৈ আদৰনী জনায়।