Download Now Banner

This browser does not support the video element.

ওদালগুৰি: দাৰোগাখাট আৰু কুহিয়াৰকুচিৰ দুগৰাকী লোকৰ দূৰ্ঘটনাত মৃত্যু হয়,দুয়োৰে গৃহত উপস্থিত হয় প্ৰাক্তন এমচিএলএ ভবেন্দ্ৰ বড়ো

Udalguri, Udalguri | Oct 3, 2025
জিলা খনৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ দাৰোগাখাট আৰু কুহিয়াৰকুচিৰ দুগৰাকী লোকৰ কিছু আগতে এক দূৰ্ঘটনাত মৃত্যু হয়। লোক দুজনৰ আকস্মিক বিয়োগৰ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।সেয়ে দুয়োয়ে বাসগৃহত উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে।
Read More News
T & CPrivacy PolicyContact Us