Download Now Banner

This browser does not support the video element.

হোজাই: নতুনবজাৰত গণেশ প্ৰতিমূৰ্তি বিসৰ্জনত দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়

Hojai, Hojai | Aug 30, 2025
শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০বজাত হোজাইত গণেশ চতুৰ্থীৰ বিসৰ্জনত মাৰপিট।বিসৰ্জনৰ নৃত্য চলি থকা সময়ত দুটা ফৈদৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা।মাৰপিটৰ প্ৰকৃত কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই।হোজাই পুৰণা নতুন বজাৰৰ গণেশ প্ৰতিমূৰ্তি বিসৰ্জনত সময়ত একাংশ ভক্তৰ এনে ধৰণৰ আচৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হোজাইত।
Read More News
T & CPrivacy PolicyContact Us