Install App
bpranjal752
This browser does not support the video element.
পশ্চিম যোৰহাট: যোৰহাটৰ আৱৰ্ত ভৱন সভাকক্ষত জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য্যসূচী সন্দৰ্ভত জিলাপ্ৰশাসনৰ লগত বৈঠকত মিলিত মন্ত্ৰী
Jorhat West, Jorhat | Sep 30, 2025
যোৰহাটৰ আৱৰ্ত ভৱন সভাকক্ষত জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য্যসূচী সন্দৰ্ভত জিলাপ্ৰশাসনৰ সকলো বিভাগৰ সৈতে মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী বিমল বৰাই ।বুধবাৰে যোৰহাটত অনুষ্ঠিত হ'ব জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য্যসূচী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।এই উপলক্ষ্যে মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত জিলাপ্ৰশাসনৰ সকলো বিভাগৰ সৈতে এক বৈঠকত মিলিত হৈ চূড়ান্ত প্ৰস্তুতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী বিমল বৰাই
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!