This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জত জেহাদী সংগঠনৰ সৈতে সম্পৰ্কৰ অভিযোগত এগৰাকী শিক্ষকক আটক
Dhubri Part, Dhubri | Aug 27, 2025
শিক্ষক গৰাকী লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰ। শিক্ষক গৰাকী বাংলাদেশৰ জামাত ই ইছলামীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ। গোলকগঞ্জ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।শিক্ষক গৰাকীৰ ঘৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষীমাৰীত।