This browser does not support the video element.
বঙাইগাঁও ভাগ: ধনতোলা আঞ্চলিকৰ নানকাৰ গাওঁ ২৬০ নং আৰু ২৬১ নং বুথত এখনি সাধাৰণ সভা অনুষ্ঠিত,উপস্থিত সমষ্টি কমিটীৰ সাধাৰণ সম্পাদক
Bongaigaon Part, Bongaigaon | Aug 23, 2025
অসম গণ পৰিষদ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত ধনতোলা আঞ্চলিকৰ নানকাৰ গাওঁ ২৬০ নং আৰু ২৬১ নং বুথৰ শনিবাৰে সন্ধিয়া প্ৰায় সাত বাজি ৩০ মিনিটত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত দুয়োখন বুথ কমিটি গঠন কৰা হয়। সভাত উপস্থিত থাকে সমষ্টি কমিটিৰ সাধাৰন সম্পাদক আনিছুল চৌধুৰী, যুৱ নেতা ছাহিদুল হক, টাপাট্টাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰাজিৱ আলী, সমষ্টি প্ৰতিনিধি হাছিবুল আহমেদ, আহমেদ আলী সেখ, আব্দুল মতালেৱ মণ্ডল, মজৰুল ৰহমান, কাবাইটাৰী আঞ্চলিক সভাপতি আব্দুল আওৱাল, ধনতোলা আঞ