Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: সৰুপথাৰত এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোঁৱা চাহ জনজাতি ছাত্ৰবাসৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰূপেশ গোৱলাৰ

Sarupathar, Golaghat | Sep 12, 2025
সৰুপথাৰত এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোঁৱা চাহ জনজাতি ছাত্ৰবাসৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰূপেশ গোৱলাৰ। শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত সৰুপথাৰ নগৰৰ ১০ নং ৱাৰ্ডৰ গেজিঙত এক কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা 'চাহ জনজাতি ছাত্ৰাবাস'টো অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই আধাৰশিলা স্থাপন কৰে। এই ছাত্ৰাবাস'ৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'লে চাহ জনগোষ্ঠীৰ ছাত্ৰসকল শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী ৰূপেশ গোৱালাই।
Read More News
T & CPrivacy PolicyContact Us