Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: সদৰ বিহুতলীত আয়োজন “সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি”অনুস্থান অনুস্থিত, উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী
Marigaon, Morigaon | Sep 7, 2025
আজি অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু মৰিগাঁও জিলা সমিতিৰ সৌজন্যত মৰিগাঁও সদৰ বিহুতলীত আয়োজন কৰা “সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি” শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতন্ত্য ধন্য অনুভৱ কৰে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।অনুষ্ঠানত ভূপেন হাজৰিকাৰ জীৱনদৰ্শন, কৃতিত্ব আৰু অনন্য অৱদানক স্মৰণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!