Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: অসম চুক্তি অজাপৰ কাৰণে গীতা, কোৰাণ আৰু বাইবেল,অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়,জয়ানগৰত মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ
Guwahati, Kamrup Metropolitan | Aug 25, 2025
অসম চুক্তি অজাপৰ কাৰণে গীতা, কোৰাণ আৰু বাইবেল। বিদেশীক চিনাক্তকৰণ কৰি বিতাৰণ কৰক। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, বিদেশীৰ বোজা অসমে নলয়। সোমবাৰে গুৱাহাটীৰ জয়ানগৰৰ বাসগৃহত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ এই মন্তব্য। বিদেশীক পৃষ্ঠপোষকতা কৰা কাৰো কথাত অজাপই সমৰ্থন নকৰে। ‘যদি কাৰোবাৰ বাংলাদেশীলৈ মৰম আছে নিজৰ ঘৰত ৰাখক’।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!