Install App
prasanta98780
This browser does not support the video element.
হোজাই: শ্ৰীমন্ত শংকৰদেৱ নগৰত জিলা প্ৰশাসনে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ১০০বছৰীয়া জন্মজয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Hojai, Hojai | Sep 8, 2025
ভাৰতৰত্ন, সুধাকন্ঠ ড॰ ভূপেন হাজৰিকাৰ পবিত্ৰ জন্মজয়ন্তী উপলক্ষে সোমবাৰে দিনৰ ৩মান ববজাত হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সুধাকন্ঠ ড॰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ১০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সুধাকন্ঠ দেৱলৈ প্ৰণিপাঠ জ্ঞাপন কৰে হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী দেৱে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত সকল, সমাজ সেৱক সকল আৰু বহুকেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!