This browser does not support the video element.
মৰিগাঁও: অধলাভেটিত মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীৰ অভিযানত ৩৯ তা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ ধৃত এটা সৰ্বৰাহকাৰী
Marigaon, Morigaon | Sep 2, 2025
ভূৰাগাঁৱৰ অধলাভেটিত মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীৰ অভিযানত ড্ৰাগছ সহ এটা সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। ধৃত ড্ৰাগছ সৰ্বৰাহকাৰীটোৰ নাম আনজাৰুল ইছলাম। ড্ৰাগছ সৰ্বৰাহকাৰী আনজাৰুল পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ৩৯ টা প্লাষ্টিক কন্টেইনাৰ জব্দ কৰে। ধৃত ড্ৰাগছ সৰ্বৰাহকাৰীটোক বৰ্তমান ভূৰাগাঁও আৰক্ষী থানাত ৰখা হৈছে। উল্লেযোগ্য যে বিগত বহুদিন আৰক্ষীৰ চকুত ধূলি দি আনজাৰুলে ড্ৰাগছৰ বেহা চলাই আছিল।