Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গৌৰীপুৰত কংগ্ৰেছৰ বৃহত যোগদান কাৰ্যসূচী,গৌৰীপুৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী
Dhubri Part, Dhubri | Sep 13, 2025
গোলকগঞ্জ ব্লক কংগ্ৰেছৰ উদ্যোগত যোগদান কাৰ্যসূচী।আক্ৰাছুৰ নেতৃত্বত কৰা প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে গুৰুলা গু ৰুলকৈ পিটিলে। সেয়ে - কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোক যোগদান কৰে বুলি দাবী কৰে সাংসদ ৰকিবুল হুছেইনে। ২০২৬ চনত কোচ ৰাজবংশী সকলে পুতক তুলিব বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!