Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: ৰংসাইধামত বিপিএফৰ যোগদান সভা, ২ শতাধিক লোকৰ বিপিএফত যোগদান

India | Jul 27, 2025
আজি চিৰাং জিলাৰ ১৩ নং চিৰাং ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত বিপিএফৰ যোগদান সভাত ২ শতাধিক লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত চিৰাং জিলা বিপিএফৰ সকলো বিষয় ববিয়া সহ ব্লক বিপিএফৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us