Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: এছ কে পেট্ৰ' লিমিটেডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কেইবাটাও জাতীয় সংগঠনৰ

Sibsagar, Sivasagar | Sep 1, 2025
এছ কে পেট্ৰ'‌ লিমিটেডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কেইবাটাও জাতীয় সংগঠনৰ । অনুসূচিত জাতি ছাত্ৰ সন্থা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আহোম সেনাকে আদি কৰি কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ এছ কে পেট্ৰ'ৰ কাৰ্যালয়ৰ সন্মুখত । ভটিয়াপাৰৰ বাৰী চুকত থকা লীগ বিস্ফোৰণ থলীৰ স্থানীয়ক ক্ষতিপুৰণ দিয়াৰ দাবীত মুলত এই প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us