Download Now Banner

This browser does not support the video element.

নাজিৰা: ৩বছৰ ধৰি বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহবাগিছা পুনৰ খোলাৰ দাবীত নাজিৰাত আচাৰ ৩ ঘণ্টীয়া ধৰ্ণাৰে উত্তাল প্ৰতিবাদ

Nazira, Sivasagar | Sep 9, 2025
নাজিৰা বিধান সভা সমষ্টিৰ অন্তর্গত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চ্যুকাফা মৈদামৰ গাতে লাগি থকা চৰাইদেউ পৰ্বত চাহ বাগিচাখন এন চি এল টি আইনৰ গোচৰাধীন হোৱাৰ বাবে বাগিচাখন বিগত তিনি বছৰ দিন ধৰি বন্ধ হৈ আছে । যাৰ ফলত চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ ল'ৰা -ছোৱালীৰ পঢ়া শুনা ক্ষেত্রত সংকট নামি অহাৰ লগতে বাগিচাখনত চৰম অৰাজকতাৰ সৃষ্টি হৈছে । মংগলবাৰে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আচাৰ নাজিৰা আঞ্চলিক আৰু চৰাইদেউ চাহবাগিছা শাখাৰ উদ্যোগত ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us