Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: বাসুগাঁৱত ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

India | Sep 2, 2025
আজি চিৰাং জিলাৰ বাসুগাঁৱত বাঙালী সকলৰ ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ ,বাঙালী সকলৰ ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰক, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ ,দিলীপ শইকিয়া মূৰ্দাবাদ , বিজেপি চৰকাৰ হায় হায় আদি শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ,শতাধিক সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মী সমৰ্থক সকলে ডি ভোটাৰ সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us