Download Now Banner

This browser does not support the video element.

বিলাসীপাৰা ভাগ: ৭৬ তম গণৰাজ্য দিৱস উপলক্ষে AIUDF দলৰ জিলা কাৰ্য্যালয়ত আৰু বিলাসীপাৰা INA খেলপথাৰত অনুষ্ঠিত কায্যসূচীত উপস্থিত বিধায়ক

Bilasipara Part, Dhubri | Jan 26, 2025
৭৬ তম গণৰাজ্য দিৱস উপলক্ষে দেওবাৰে পুৱা প্ৰায় দহ মান বজাত AIUDF দলৰ বিলাসীপাৰা জিলা কাৰ্য্যালয়ত আৰু বিলাসীপাৰা INA খেল পথাৰত জাতীয় পতাকা উত্তোলনত উপস্থিত থাকে বিলাসীপাৰা পশ্চিম আৰু পূৱ সমষ্টিৰ সন্মানীয় বিধায়ক হাফিজ বছিৰ আহমেদ আৰু ছামছুল হুদা। ইফালে বিধায়কৰ উপস্থিতিত দলীয় নেতা কৰ্মী সকলে সংগ প্ৰদান কৰে ।
Read More News
T & CPrivacy PolicyContact Us