Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত চাহ জনগোষ্ঠী আদিবাসীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ সন্দৰ্ভত প্ৰতিবাদ কৰাটো বিজেপিৰো সমৰ্থন আছে ,মন্তব্য মুখ্যমন্ত্ৰীৰ

Tinsukia, Tinsukia | Oct 8, 2025
বুধবাৰে দুপৰীয়া প্ৰায় ২.৩০ মিনিটত তিনিচুকীয়াৰ কেহাং চাহ বাগিছাৰ টিংৰাই ক্লাৱ খেলপথাৰত উপস্থিতহয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় ১৪ হাজাৰ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে । ভাৰতত ৩ কোটি আৰু অসমত ৪০ লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ উদ্দেশ্য এই আঁচনি লোৱাৰ কথা উল্লেখ কৰে ।
Read More News
T & CPrivacy PolicyContact Us