This browser does not support the video element.
মৰিগাঁও: শান্তিপুৰত নিশা সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন
Marigaon, Morigaon | Aug 24, 2025
মৰিগাঁৱৰ শান্তিপুৰত নিশা সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা।থিতাতে নিহত এজন। আন এজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে।ঘটনাক্ৰমে নিশা দিহানাম পৰিবেশনৰ উদ্দেশ্যে সংগী সকলৰ সহিতে ৰজামায়ঙলৈ মুন দাস আৰু জ্যোতিষ্ময় দাস নামৰ যুৱক দুয়োজন গৈছিল যদিও দুৰ্ঘটনাত নিহত দুয়োজন যুৱক।