Download Now Banner

This browser does not support the video element.

নগাঁও: বিষ্ণুনগৰত সৃষ্টি হয় উতপ্ত পৰিস্থিতি

Nagaon, Nagaon | Sep 12, 2025
মীনা এণ্টাৰপ্ৰাইজৰ সমীপত ট্ৰেভেলাৰ বাহন ৰখাই থোৱাৰ ফলত সংঘৰ্ষ। সঞ্জীৱ ৰায়ক ৭ জন লোকৰ দ্বাৰা প্ৰচণ্ড মাৰপিট, চোকা অস্ত্ৰৰে ভাবুকি। ভুক্তভোগীৰ পৰিয়ালে হয়বৰগাঁও থানাত এজাহাৰ দাখিল কৰে। অভিযোগ সত্ত্বেও আৰক্ষীৰ গাফিলতিত ক্ষোভ স্থানীয় ৰাইজৰ। স্থানীয়ৰ দাবী — দোষীক কঠোৰ শাস্তি। শেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে
Read More News
T & CPrivacy PolicyContact Us