Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: চি কে বি মহাবিদ্যালয়ত লোক কল্যাণ দিৱস পালন, জিলাখনৰ ৪ গৰাকী কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান, উপস্থিত বিধায়ক
Jorhat West, Jorhat | Aug 5, 2025
চি কে বি মহাবিদ্যালয়ত লোক কল্যাণ দিৱস পালন । জিলাখনৰ ৪ গৰাকী কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান কৰে । ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ ৰাজ্যতে লোক কল্যাণ দিৱস পালন কৰিছে । যোৰহাট জিলাতো জিলা- প্ৰশাসনৰ উদ্যোগত চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'লোক কল্যাণ দিৱস' পালন কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!