Download Now Banner

This browser does not support the video element.

মৰিগাঁও: লাহৰীঘাটত অগপক এৰি বিজেপিয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ অভিযোগত তিনিচুকীয়া বজাৰত অগপৰ সংবাদমেল

Marigaon, Morigaon | Aug 25, 2025
লাহৰীঘাটৰ তিনিচুকীয়া বজাৰত এখনি সভা অনুষ্ঠিত কৰি বিজেপিৰ নেতা কৰ্মীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে অসম গণ পৰিষদৰ লাহৰীঘাট বিধান পৰিষদৰ নেতা-কৰ্মী সকলে। লাহৰীঘাটত বিজেপিয়ে মিত্ৰদল অসম গণ পৰিষদৰ নেতা কৰ্মীক অৱহেলা কৰি কংগ্ৰেছৰ বিধায়ক তথা নেতা কৰ্মীৰ লগত মিলি চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়নৰ কৰাৰ অভিযোগ উত্থাপন কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আনোৱাৰ হুচেইন আৰু লাহৰিঘাট বিধান পৰিষদৰ সভাপতি গুলজাৰ হুছেইনে।
Read More News
T & CPrivacy PolicyContact Us