Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ধৰ্মশালাত আঞ্চলিক ক্লাৱৰ উদ্যোগত ফুটবল খেলৰ সামৰণি অনুষ্ঠান, ধৰ্মশালা দলৰ জয়,উপস্থিত বিধায়ক নজৰুল হক

Dhubri Part, Dhubri | Sep 10, 2025
এমাহ জোৰা অনুষ্ঠিত হোৱা ধুবুৰী ধৰ্মশালা ঈদগাহ ময়দানত ফুটবল টুৰ্নামেণ্টৰ চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতা । বিগত এমাহ ধৰি অনুষ্ঠিত হোৱা খেলখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰে । আজিৰ এই চূড়ান্ত খেল প্ৰতিযোগিতাত হেজাৰ হেজাৰ লোকৰ উপস্থিতি ৷ প্ৰতিকূল বতৰক নেওচি হিলদল ভাঙি খেল চাবলৈ ওলাই আহিল হেজাৰ হেজাৰ লোক। আজি ফুটবল খেলৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাক
Read More News
T & CPrivacy PolicyContact Us