Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কয়লা ময়লাত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত নিসিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী
India | Aug 23, 2025
আজি চিৰাং জিলাৰ কয়লা ময়লাত বিপিএফৰ যোগদান সভা অনুষ্ঠিত হয় আজিৰ এই যোগদান সভাত অৰ্ধ শতাধিক লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত নিসিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!