This browser does not support the video element.
নগাঁও: কেঁকোৰা ধৰিবলৈ গৈ হৰহৰীয়াজান পথাৰত মৃত্যু মুখত পৰিল এজন কিশোৰ
Nagaon, Nagaon | Sep 10, 2025
কেঁকোৰা ধৰিবলৈ গৈ মৃত্যু মুখত পৰিল এজন কিশোৰ। নগাঁও জিলাৰ শিৱস্থান পানী গাঁও চাৰিআলীৰ বাসিন্দা আকাশ দাস, বয়স ১৫ বছৰ। আজি দুপৰীয়া তেওঁ পাঁচগৰাকী বন্ধুসহ কেঁকোৰা ধৰিবলৈ গৈয়েই মৃত্যুমুখত পৰে।ঘটনা ঘটিছে হৰহৰীয়াজান পথাৰত, আদিত্য হস্পিটালৰ সন্মুখত।আকাশৰ সৈতে আছিল তেওঁৰ বন্ধু—কানচা, আৰমান আলী, হৰি ৰাই আৰু হিমান শইকীয়া। ঘটনাৰ সময়ত আকাশ অসুস্থ হৈ পৰিল।