Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত গৰাকীক হত্যা কৰি নিশা ঘৰচীয়া হাতীৰ সন্ত্ৰাস ৰাজপথত,পথত লুটিয়ালে চাৰি চকিয়া বাহন,কথমপি ৰক্ষা চাৰি জন লোকৰ

Dergaon, Golaghat | Sep 18, 2025
দেৰগাঁৱত গৰাকীক হত্যা কৰি নিশা ঘৰচীয়া হাতীৰ সন্ত্ৰাস ৰাজপথত। দেৰগাঁৱত চাঞ্চল্যকৰ ঘটনা l বুধবাৰে হাতীৰ গছকত প্ৰাণ গল ঘৰচীয়া হাতীৰ মালিকৰl হাতীৰ গৰাকীক হত্যা কৰি পলাই গল হাতীটো l তাৰ পিছতেই বৃহস্পতি বাৰে পুৱতি নিশা পৰ্য্যন্ত ৰাজ পথত সন্ত্ৰাস হাতীতোৰ। বৃহস্পতি বাৰে পুৱতি নিশা প্ৰায় ৪ বজাত ৰাজ পথত সন্ত্ৰাস হাতীতোৰ l পথত গৈ থকা বাহন লুটিয়াই দিয়াৰ চেষ্টা হাতীটোৰ l
Read More News
T & CPrivacy PolicyContact Us