Download Now Banner

This browser does not support the video element.

নগাঁও: নতুন বজাৰত"কা" বাতিলৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

Nagaon, Nagaon | Sep 6, 2025
পুনৰ "কা" বাতিলৰ দাবীৰে নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী। AJYCPৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নতুন বজাৰ চাৰিআলিত জোৰ লৈ সমদল বাহিৰ। সংগঠনটোৱে ৰাজপথলৈ জোৰ লৈ সমদল কৰাত বাধা প্ৰদান নগাঁও আৰক্ষীৰ। প্ৰায় দুই শতাধিক বিষয়া-জোৱান মোতায়ন কৰিলে প্ৰতিবাদথলিত।
Read More News
T & CPrivacy PolicyContact Us