Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ড°ভূপেন হাজৰিকাৰ জন্ম দিন উদযাপনৰ প্ৰস্তুতি সভা

Balijana, Goalpara | Aug 26, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ড°ভূপেন হাজৰিকাৰ জন্ম দিন উদযাপনৰ প্ৰস্তুতি সভা।গোৱালপাৰা জিলা প্ৰশাসনে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম দিন ৮ চেপ্তেম্বৰৰ দিনটো দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিব। ইয়াৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্ত প্ৰদীপ টিমুং ৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত কৰা হয়। সভাখনত ড° ভুপেন হাজৰিকা দেৱৰ জন্ম দিন উদযাপনৰ কাৰ্যসূচী সম্পৰ্কে বিস্তৃতভাবে আলোচনা কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us