Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: নাৰিকলিত উপস্থিত হয় ৰাজ্য কপাই যোৱা‌ ত্ৰিপল মাৰ্ডাৰৰ ঘটনা তদন্ত বাবে CID আৰু Forensic দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত

Sipajhar, Darrang | Sep 12, 2025
ছিপাঝাৰৰ নাৰিকলীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা।নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ তিনিজন সদস্য হত্যাৰ বলি দীপক নাথ, পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজ নাথ।পত্নী-পুত্ৰৰ সৰ্বশৰীৰত ঘপিওৱাৰ আঘাত পিতৃৰ মুখত আঘাত।ধৃতিৰাজ নাথ অষ্টম শ্ৰেণীৰ ছাত্ৰ ।দীপক নাথ বকো ৰাজহ‌ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল আছিল।ঘটনাস্হলীত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । শুকুৰবাৰে নিশা ১ মান বজাত উপস্থিত হয় CID আৰু Forensic দলে আৰম্ভ কৰে তদন্ত ।
Read More News
T & CPrivacy PolicyContact Us