This browser does not support the video element.
বালিজানা: আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে কয় যে আজি ৰাক্ষসিনীত ৰাস্তাৰ কাষত থকা অবৈধ দোকান উচ্ছেদ কৰা হৈছে
Balijana, Goalpara | Aug 23, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে কয় যে আজি ৰাক্ষসিনীত ৰাস্তাৰ কাষত থকা অবৈধ দোকান সমুহ উচ্ছেদ কৰা হয়। তেওঁ আৰু কয় যে ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদৰ লগত আজিৰ উচ্ছেদৰ কোনো সম্পৰ্ক নাই। কিয়নো আজি পথৰ দাঁতিত অবৈধ ভাৱে কৰা দোকান সমুহ উচ্ছেদ কৰা হৈছে। তেওঁ আৰু কয় যে ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত থকা গোৱালপাৰা জিলাৰ গৰাখহনীয়া গ্ৰস্ত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হৈ আছে আৰু লোক সকলে নিজে নিজে ঠাই স্থানান্তৰিত কৰিআছে