This browser does not support the video element.
মঙলদৈ ভাগ: দৰঙত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা,দৰং জিলাত HIV positive ৰ সংখ্যা প্ৰায় ৩৪৭ জনলৈ বৃদ্ধি
Mangaldoi Part, Darrang | Aug 23, 2025
বৰ্তমান সময়ত যৌন কৰ্মীৰ বাবে নহয় ড্ৰাগছৰ বাবেহে আসক্ত লোকৰ মাজত বাঢ়িছে HIV ৰোগীৰ সংখ্যা। এয়া দৰং জিলা বাসীৰ বাবে ভয়ংকৰ উদ্বেগ জনক খৱৰ যোৱা বৰ্ষত কৈ ভয়াবহ ভাবে বৃদ্ধি হৈছে HIV positive ৰোগীৰ সংখ্যা.দৰং জিলাত HIV positive ৰ সংখ্যা প্ৰায় ৩৪৭ জনলৈ বৃদ্ধি .জিলা খনত ২০২৫ চনৰ জুলাই মাহত ১৫ জন লোকৰ দেহত ধৰা পৰে HIV positive ,এই তথ্য সদৰি কৰে দৰং জিলা স্বাস্থ্য বিষয়াই