This browser does not support the video element.
নগাঁও: সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদকৰ সৈতে ধিং ৰাজহ চক্ৰ বিষয়াৰ বাক বিতণ্ডাৰ অভিযোগ নেতা গৰাকীৰ
Nagaon, Nagaon | Aug 24, 2025
সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক মোছাব্বিৰ আলী আহমেদৰ সৈতে বাক বিতণ্ডা ধিং ৰাজহ চক্ৰ বিষয়াৰ৷বটদ্ৰৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা NRCৰ মূল্যৱান নথিপত্ৰ চুৰি হোৱাৰ ঘটনাক লৈ দেওবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত সৰৱ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ৷ধিং চক্ৰ বিষয়াই এই ঘটনাৰ বাবে মুখ নোখোলে,কথা পাতিবলৈ অমান্তি দল-সংগঠনৰ সৈতে৷ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক মোছাব্বিৰ আলী আহমেদৰ সৈতে বাক বিতণ্ডা ধিং ৰাজহ চক্ৰ বিষয়াৰ৷ NRCৰ মূল্যৱান নথিপত্ৰ চুৰি কাৰ্য্