মঙ্গলবাৰে বিয়লি প্ৰায় ৪ মান বজাত জাগুন দহ মাইলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ নিমিষতে জ্বলি ছাৰখাৰ হ'ল এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ।। জাগুন দহ মাইলৰ নিবাসী কানায়া সিং নামৰ ব্যক্তিজনৰ দুকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা..। চৰ্টচাৰ্কিতৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডত ব্যৱসায়ী জনৰ দুকানৰ লগতে বাসগৃহৰো বহু অংশ জুইত জাহ যায়।। অগ্নিকাণ্ডত জাহ যায় প্ৰতিষ্ঠান খনৰ লগতে ব্যৱসায়ী জনৰ বাসগৃহৰ কিছু অংশ ।