This browser does not support the video element.
নগাঁও: কামপুৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ সংবাদ মেল,ৰাজভৱনত অনশৰ হুংকাৰ
Nagaon, Nagaon | Sep 3, 2025
কামপুৰত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ সংবাদ মেল শিক্ষক দিৱসৰ দিনাই ৰাজভৱনত প্ৰতীকী অনশন।প্ৰতিশ্ৰুতি দিয়ো প্ৰতাৰনা কৰিলে বিজেপি চৰকাৰে।বিজেপি চৰকাৰে প্ৰতাৰনা কৰাৰ প্ৰতিবাদত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাৰ সংবাদমেল । শিক্ষক দিৱসৰ দিনাই ৰাজভৱনৰ সন্মুখত প্ৰতীকী অনশন কাৰ্যসূচী ৷ সম কামৰ সম অধিকাৰ দিয়াৰ আস্বাস প্ৰদান কৰিও মুখ্য মন্ত্ৰীয়ে প্ৰতাৰনা কৰিলে টিউটত সকলক । এই কথা সংবাদ মেল যোগে