Download Now Banner

This browser does not support the video element.

ওদালগুৰি: লাইলাংপাৰাত ইউপিপিএলৰ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়, ৰাইজে উষ্ণ আদৰণি জনালে প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰিক

Udalguri, Udalguri | Sep 4, 2025
ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাইলাংপাৰাত অনুষ্ঠিত হয় ইউপিপিএলৰ দলৰ নিৰ্বাচনী সভা। ৰৌতা সমষ্টিটো পুনৰ নিজৰ দখলত ৰাখিবৰ ইতিমধ্যে দলটোৱে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে।লাইলাংপাৰাত অনুষ্ঠিত নিৰ্বাচনী সভাৰ আগমুহুত্তত দলৰ কাৰ্য্যকৰ্তা আৰু ৰাইজে বেন পাৰ্টি বজাই উষ্ম আদৰণি জনালে বিটিচিৰ প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰিক। ইপিনে সভাত আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে।
Read More News
T & CPrivacy PolicyContact Us