Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলা কংগ্ৰেছৰ কাৰ্যালয়ত BLA প্ৰশিক্ষণ আৰু ভোট চোৰ চকী এৰক সজাগতা সভা

Marigaon, Morigaon | Aug 26, 2025
মৰিগাওঁ জিলাৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন সমষ্টিৰ দলীয় নেতা-কৰ্মী আৰু কৰ্মীসকলে উপস্থিত থকা এই অনুষ্ঠানত মূলতঃ BLA (Booth Level Agent) প্ৰশিক্ষণৰ লগতে “ভোট চোৰ চকী এৰক সজাগতা সভা” অনুষ্ঠিত হয়।প্ৰশিক্ষণ শিবিৰত দলীয় কৰ্মীসকলক বুথ স্তৰত ভোট প্ৰক্ৰিয়া সঠিকভাৱে পৰিচালনা কৰা, ভোটদাতাসকলৰ সুৰক্ষা নিশ্চিত কৰা ।
Read More News
T & CPrivacy PolicyContact Us