This browser does not support the video element.
বিজনী ভাগ: অক্সিগুৰিত বিজেপিৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়
Bijni Part, Chirang | Aug 20, 2025
আজি চিৰাং জিলাৰ অক্সিগুৰিত বিজেপিৰ এক যোগদান সভা অনুষ্ঠিত হয়,আজিৰ এই যোগদান সভাত অৰ্ধ শতাধিক লোকে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়,সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।