Download Now Banner

This browser does not support the video element.

শদিয়া: ছৈখোৱাত নিৰ্মাণৰত অৱস্থাত থকা আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ খতিয়ান লয় সাংসদ প্ৰদান বৰুৱাই

Sadiya, Tinsukia | Sep 18, 2025
বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ সৈতে ছৈখোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত উপস্থিত হৈ নিৰ্মাণৰত অৱস্থাত থকা আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ অগ্ৰগতিৰ বিষয়ে খতিয়ান লয় লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।
Read More News
T & CPrivacy PolicyContact Us